All Assamese [MANINDRA]
People & Blogs
নমস্কাৰ মই মনিন্দ্ৰ ৰায় ৷ All Assamese YouTube Channel লৈ সকলোকে স্বাগতম জনাইছো ৷ এই চেনেলটোত আপোনালোকে উপভোগ কৰিব পাৰিব বিভিন্ন শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ ভিডিঅ' কিছু হাস্য মধুৰ কমেডী ভিডিঅ' ৰাজবংশী ভাষাৰ ভিডিঅ'ৰ লগতে বিভিন্ন শিল্পী অভিনেতা অভিনেত্ৰীৰ সৈতে বাৰ্তালাপল আৰু অসমৰ বিভিন্ন ঠাইত ফুৰিব যোৱা ভিডিঅ ৷ অনুগ্ৰহ কৰি সকলোয়ে চেনেলটো আগ বঢ়াই নিয়াত সহায় সহযোগিতা আগ বঢ়ায় যেন ৷যদি কোনোবাই নিজৰ Adio Song & Video All Assameseত Upload কৰিব বিচাৰে 9531143891 নম্বৰত যোগাযোগ কৰিব পাৰে ৷জয় আই অসম ৷৷ধন্যবাদ ৷৷ যদি কাৰোবাৰ Official Song কোনোবা শিল্পীয়ে Live Performance ত পৰিবেশন কৰিচে আৰু সেই গীতটো মোৰ Channel ত মই ভুল ক্ৰমে Upload কৰিছোঁ অনুগ্ৰহ কৰি মোক এবাৰ জনাই দিব ৷ মই সেই গীত মোৰ Channel ৰ পৰা Remove কৰি দিম ৷ mail_ [email protected]